খুমটাই: খুমটাইৰ ২ নং ভোলাগুৰি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান৷ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপিত হৈছে মহাৰজত জয়ন্তী৷

পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, স্মাৰক উন্মোচন, বৃক্ষৰোপণ আদিৰে আৰম্ভ হ’ল প্ৰথম দিনাৰ কাৰ্যসূচী৷

পতাকা উত্তোলকক ঘৰৰ পৰা গায়ন-বায়নেৰে আদৰি আনিলে উদযাপন সমিতি তথা ছাত্ৰ-ছাত্ৰী সকলে৷ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে দেওবাৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সমাৰোহ অনুষ্ঠিত হ’ব।

মুকলি সভাত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা জনাইছে উদযাপন সমিতিয়ে।

লগতে পঢ়ক – সোণাপুৰ টোলগেটত ১৪ কোটি টকাৰ মৰ্ফিন জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply