Posted inASSAMESE NEWS

উপ-নিৰ্বাচনকলৈ অসম জাতীয় পৰিষদে তৎপৰতা আৰম্ভ কৰিছে

গুৱাহাটী : মৰিয়ণিসহ চাৰিটা বিধানসভা সমষ্টিৰ সম্ভাব্য উপনিৰ্বাচনৰ প্ৰস্তুতি আৰু সমষ্টিকেইটাত দলীয় আন্তঃগাঁথনিৰ বুজ ল’বলৈ অসম জাতীয় পৰিষদে তৎপৰতা আৰম্ভ কৰিছে৷ সেই মৰ্মে শনিবাৰে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই চাৰিখন উপ-সমিতি গঠন কৰি দিছে৷ উপ-সমিতিকেইখন এনে ধৰণৰ হ’ব: মৰিয়ণি:ইজৰাইল নন্দবাণী দাসজিয়াউৰ ৰহমানৰাজু ফুকনপ্ৰদীপ সেন শৰ্মা মাজুলী:চিত্তৰঞ্জন বসুমতাৰীডঃ শংকৰজ্যোতি কুটুমডঃ উৎপল শৰ্মাদ্বীপ পেগুসত্যজিৎ ৰেগন তামুলপুৰ:অঞ্জন উপাধ্যায়অমিতাভ বৰঠাকুৰগিৰিণ […]