যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

শিৱসাগৰ– অসম জাতীয় পৰিষদত শিৱসাগৰত আৰম্ভ কৰা দুদিনীয়া অধিবেশন প্ৰথম দিনাই দলটোত যোগদান কৰিলে লুৰীণজ্যোতি গগৈয়ে।

অধিবেশন উপলক্ষ্যে গোট খোৱা হাজাৰ হাজাৰ ৰাইজৰ মাজত লুৰীণজ্যোতি গগৈয়ে এজেপিত যোগদান কৰিলে। যোগদানৰ পিছত

লুৰীণজ্যোতি গগৈয়ে সাংবাদিকৰ আগত কয়-

অসমৰ ৰাইজে বিচৰা এটা যাত্ৰা আৰম্ভ কৰিছো | অসমৰ ভাল ভৱিষ্যতৰ বাবে চিৰদিন কাম কৰি আগবাঢ়ি যাব বুলি ক’লে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply