নাট্যকৰ্মী পবিত্ৰ ৰাভালৈ ২০২০ বৰ্ষৰ আছুৰ প্ৰতিমা পাণ্ডে বঁটা

গুৱাহাটী:- বিশিষ্ট নাট্যকৰ্মী পবিত্ৰ ৰাভালৈ ২০২০ বৰ্ষৰ আছুৰ প্ৰতিমা পাণ্ডে বটা আগবঢ়োৱা হ’ব i গোৱালপৰীয়া লোকসংগীতৰ সমাগ্ৰী প্ৰতিমা বৰুৱাৰ জন্মদিনটোত আছুৱে এই সন্মান আগবঢ়াই আহিছে I

ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নাট্যকৰ্মী পবিত্ৰ ৰাভাই “দাপোন দ্যা মিৰৰ” ৰ জৰিয়তে বাওনা সকলক লৈ চলাই থকা নাট্য আন্দোলনৰ বাবে দেশে বিদেশে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে I ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক পবিত্ৰ ৰাভাই চলাই যোৱা নাট্যআন্দোলনৰ স্বীকৃতি হিচাবে এই সন্মান আগবঢ়োৱা হৈছে i অহা ২৭ ডিচেম্বৰত প্ৰদান কৰা হ’ব এই বঁটা I

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply