তিৱা নিৰ্বাচনী প্ৰচাৰলৈ আহিল ৰূপজ্য়োতি

কঠিয়াতলী– অন্ত পৰিল তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ। অন্তিম দিনা মধ্য অসমৰ কঠিয়াতলীত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

২০২১ ত ৰাজ্যত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি মত প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক কংগ্ৰেছত যোগ দিবলৈ আহ্বান জনায় । “২১ত কংগ্ৰেছৰ চৰকাৰ হ’লে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাজ্যসভাৰ সাংসদ বনোৱাৰো প্ৰতিশ্ৰুতি দিয়ে বিধায়ক কুৰ্মীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,897 other subscribers

Leave a comment

Leave a Reply