প্ৰাক্তণ মন্ত্ৰী আফজালুৰ ৰহমানৰ মৃত্যু Credit: জলেশ্বৰ সমষ্টিৰ ৬বাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল ৰহমান

নিউজ ডেস্ক: কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী আফজালুৰ ৰহমানৰ মৃত্যু |

যোৱা নিশা জলেশ্বৰস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে | কিছুদিনৰ পৰা অসুস্থ হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী |

জলেশ্বৰ সমষ্টিৰ ৬বাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল ৰহমান |

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰাক্তন মন্ত্ৰী আছিল ৰহমান

প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে গুণমুগ্ধই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply