বিজেপি নাড্ডাৰ উপস্থিতিত বিজেপিৰ নিৰ্বাচনী যুঁজৰ ৰণকৌশল

নিউজ ডেক্স: অসম বিধানসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে বিশেষ তত্‍পৰতা বাঢ়িছে শাসকীয় বিজেপিৰ |

মাজনিশালৈকে আমিনগাঁৱত বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত | ফেব্ৰুৱাৰীৰ ভিতৰত সাংগঠনিক কাম-কাজ সম্পূৰ্ণ কৰাৰ সংকল্প লয় |

বৈঠকৰ পিছত সংবাদমাধ্যমক সম্বোধন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ |২৩ জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পিছদিনাই অৰ্থাত্‍

২৪ জানুৱাৰীত ৰাজ্যৰ কেইবাটাও স্থানত গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসভাত অংশ ল’ব | বিশেষকৈ কোকৰাঝাৰ, নলবাৰীত আয়োজন কৰিব বিশাল জনসভা | পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰি সভাপতি নাড্ডা অসম ভ্ৰমন সামৰে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,277 other subscribers

Leave a comment

Leave a Reply