কামপুৰ: ভোগালীৰ উৰুকাৰ দিনাই কামপুৰৰ চিউগুৰিত অঘটন ৷

দূৰ্বৃত্তই জ্বলাই দিলে বাসগৃহ ৷ ভূমি বিবাদৰ বাবে এই ঘটনা সংঘটিত হয় ৷ এই ঘটনাত

সম্পূৰ্ণৰূপে জ্বলি ভস্মিভূত আব্দুল লতিফৰ বাসগৃহ ৷

দুটা পক্ষৰ মাজৰ দীৰ্ঘদিন ধৰি চলি আছিল ভূমি বিবাদ ৷

আব্দুল মতলেব, ইব্ৰাহিম আৰু চালাম নামৰ লোক কেইজনে বাসগৃহত অগ্নিসংযোগ কৰাৰ অভিযোগ ৷

আনহাতে বিপক্ষৰ মতে আব্দুল লতিফে নিজেই জ্বলাই দিলে বাসগৃহ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply