সোণাৰিত দুৰ্ধষ আলফা স্বাধীনৰ সদস্যাৰ আত্মসমপৰ্ণ Credit: আত্মসমপৰ্ণ জুৰী অসম ওৰফে নিতালী কছাৰী

সোণাৰি- দুটা সন্তানসহ সোণাৰিত দুৰ্ধষ আলফা স্বাধীনৰ সদস্যাৰ আত্মসমপৰ্ণ।

সোণাৰি আৰক্ষীৰ ওচৰত আত্মসমপৰ্ণ জুৰী অসম ওৰফে নিতালী কছাৰী।

নিতালীৰ ঘৰ সোণাৰিৰ লাকিলী গাৱঁত।

২০০৩ চনত আলফাত যোগদান কৰিছিল আলফা সদস্যাগৰাকীয়ে।

সম্প্ৰতি সোণাৰি আৰক্ষী থানাত আছে আলফা সদস্যাগৰাকী।

ম্যানমাৰৰ আলফা শিবিৰত অসুবিধাৰ সন্মুখীন হোৱা বাবেই আত্মসমপৰ্ণ ।

জানিবলৈ দিছে চৰাইদেউ জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply