পডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়ণ স্বামী Credit: ফাইল ফটো

নিউজ ডেস্ক: পুডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়ণ স্বামীক নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ২২ ফেব্ৰুৱাৰীত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ লাগিব । পড়ুচেৰীৰ ৰাজ্যপাল তামিলিচাই চালিৰাজনে নাৰায়ণ স্বামীক সোমবাৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ কৈছে। কংগ্ৰেছৰ চাৰিজন বিধায়কৰ পদত্যাগৰ পিছত মুখ্যমন্ত্ৰী নাৰায়ণস্বামীৰ চৰকাৰ সংখ্যালঘিষ্ঠ দলত পৰিনত হৈছে । অৱশ্যে, এই কথা অস্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে।

কিৰণ বেদীৰ স্থানত উপ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা তামিলীচাই চালিৰাজনে কয় যে কংগ্ৰেছ চৰকাৰ সংখ্যাগৰিষ্ঠ নিশ্চিত কৰিব লাগিব । ৩০ জনীয়া পুডুচেৰী বিধানসভাত ১৫ জন কংগ্ৰেছ বিধায়ক আছিল, আনহাতে তিনিজন ডিএমকে আৰু এজন নিৰ্দলীয় বিধায়ক আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply