গুৱাহাটীত অভিনেত্ৰী মালাইকা আৰোৰা

গুৱাহাটী: বলিউডৰ চেলিব্ৰেটী ষ্টাৰ মলাইকা আৰোৰা শণিবাৰে গুৱাহাটীত উপস্থিত হৈছে |

প্ৰাগ চিনে এৱাৰ্ডছত অংশ ল’বলৈ আহিছে মালাইকা |

এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে মলাইকা আৰোৰা |

খানাপাৰাৰ ৯ মাইলত থকা ইউ এছ টি এম প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰাগ চিনে এৱাৰ্ডৰ অনুষ্ঠানত অংশ ল’বৰ বাবে গুৱাহাটীলৈ আহিছে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply