গুৱাহাটী – ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ল এছ আই কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত দিৱন ডেকাক। ১৪ দিনৰ বাবে দিৱন ডেকাক প্ৰেৰণ ন্যায়িক জিম্মালৈ।
কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ডেকা সহ মনজিৎ বৰা, তৰণী কান্ত বনিক্য, ৰূপম দাস আৰু প্ৰদীপ মজুমদাৰক। ইয়াৰ পূৰ্বে ক্ৰাইম ব্ৰাঞ্চে ৫ দিনৰ জিম্মা লৈছিল দিৱনক।
তাৰপাছতে চিআইডিয়ে দিনৱ ডেকাক লৈছিল ৬ দিনৰ জিম্মাত।
তৰিণীকান্ত বানিক্য, মনজিৎ বৰা, প্ৰদীপ মজুমদাৰ, ৰূপম দাসক চিআইডি-য়ে বিচৰে নিজৰ জিম্মাত।