জি-২০ প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা কেন্দ্ৰ ভ্ৰমণ কৰাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুখ প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডভিয়াৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,

“প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা হৈছে সুলভ মূল্যৰ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে ৰূপায়ন কৰা এক ঐতিহাসিক পদক্ষেপ। ই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে যথেষ্ট সঞ্চয় নিশ্চিত কৰিছে। জি-২০ৰ সন্মানীয় প্ৰতিনিধিসকলে এই আঁচনিৰ দিশসমূহ চাবলৈ সুযোগ পোৱাটো দেখি আনন্দিত হৈছো।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply