নিউজ ডেস্কঃ মহানগৰীৰ বেলতলা সৌৰভ নগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

সৌৰভ নগৰৰ এটি পৰিয়ালৰ ঘৰৰ গেটত পুৱাই দেখা গ’ল মৃতদেহ ওলমি থকা।

জানিব পৰা অনুসৰি, মৃত লোকজন ত্ৰিপুৰাৰ সুবল দেৱবৰ্মা বুলি চিনাক্ত কৰা হৈছে।

সৌৰভ নগৰৰ কেশৱ কলিতা নামৰ লোকজনৰ ঘৰৰ সন্মুখত গেটত ওলোমাই থোৱা অৱস্থাত এই মৃতদেহটো উদ্ধাৰ হৈছে।

বৰ্তমান ঘটনাটোক লৈ আৰক্ষী কোনো ধৰণৰ স্পষ্ট মন্তব্য দিয়া নাই।

বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।

লগতে পঢ়ক – যেতিয়া সত্যপাল মালিকে কৈছিল, ‘পুলৱামা আক্ৰমণ আমাৰ বিফলতাৰ বাবে হৈছিল’, প্ৰধানমন্ত্ৰীয়ে কৈছিল – আপুনি মৌন থাকক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply