নিউজ ডেস্ক- গুৱাহাটীত অনুস্থিত হ’ব দবা প্ৰতিযোগীতা। গুৱাহাটী দবা সন্থাৰ উদ্যোগত অনুস্থিত কৰা হৈছে এই প্ৰতিযোগীতাখন।

উল্লেখ্য যে, গুৱাহাটী দবা সন্থাৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগীতাখন ২৮ মে’লৈ অনুস্থিত হ’ব। শান্তিপুৰ এথলেটিক ক্লাবত গুৱাহাটী ভিত্তিত দবা প্ৰতিযোগিতা-২০২৩ আয়োজন কৰা হৈছে।

আনহাতে প্ৰতিযোগীখনত ল’ৰা-ছোৱালী শাখাত অনূর্ধ্ব ৭ আৰু ৯ বছৰ শাখাত খেল হ’ব। ইয়াৰ পৰাই শীৰ্ষ চাৰি খেলুৱৈক সমাগত সদৌ অসম দবা প্ৰতিযোগিতাৰ বাবে গুৱাহাটী দলত বাছনি কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply