গুৱাহাটী : নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয়।পৰিষদত খহনীয়া। নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ ত্যাগ কৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে।

চিত্তৰঞ্জন বসুমতাৰীয়ে অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। দলটোৰ কাম কাজকলৈ অসন্তুষ্ট হৈ চিত্তৰঞ্জন বসুমতাৰীয়ে দল ত্যাগ কৰিব পাৰে বুলি অনুমান কৰা হৈছে।

লগতে পঢ়ক –  বৰপেটাত ড্ৰাগছসহ আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ লগতে উপ নিৰ্বাচনত মাজুলীৰ পৰা অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছিল চিত্তৰঞ্জন বসুমতাৰীয়ে। দল ত্যাগ কৰা বুলি নিজৰ ফেচবুকৰ জৰিয়তে জানিবলৈ দিয়ে চিত্তৰঞ্জন বসুমতাৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply