গুৱাহাটী : ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিট। কটন বিশ্ববিদ্যালয়ৰ দুই ছাত্রবাসৰ ছাত্ৰৰ মাজত মাৰপিট। আহত কেইবাজনো ছাত্ৰ। ছাত্ৰবাসৰ দুৱাৰ-খিৰিকীৰ গ্লাছ ভাঙি লণ্ডভণ্ড।

অসমৰ ঐতিহাসিক শিক্ষা প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰবাসৰ ছাত্রৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। শ্বহীদ মোজাম্মিল হক আৰু ৰজনীকান্ত বৰদলৈ ছাত্ৰবাসৰ মাজত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা।

লগতে পঢ়ক – প্ৰখ্যাত ঢোলৰ ওজা তুলসী ওজাৰ দেহাৱসান

দুই ছাত্রবাসৰ ছাত্ৰৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটত কেইবাজনো ছাত্ৰ আহত হৈছে। ছাত্ৰবাসৰ দুৱাৰ-খিৰিকীৰ গ্লাছ ভাঙি লণ্ডভণ্ড কৰে ছাত্র সকলে। এটা ফেচবুক পোষ্টক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply