নিউজ ডেস্ক: ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১০,৫৪২ জন লোকক কোভিড প’জিটিভ হিচাপে চিনাক্ত কৰা হৈছে বুলি  জনাই।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, ভাৰতবৰ্ষত সৰ্বমুঠ বৰ্তমান ৬৩,৫৬২ জন লোক কোভিডত আক্ৰান্ত হৈ আছে।

ইফালে, যোৱা ২৪ ঘণ্টাত ৮,১৭৫ জন লোক কোভিডৰ ৰোগৰ পৰা মুক্ত হৈছে।

মন্ত্ৰালয়টোৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ২,৪০,০১৪ জন লোকক কোভিড পৰীক্ষা কৰাৰ বিপৰীতে মুঠ ৪৮৭ জন লোকক কোভিড ভেকছিন প্ৰদান কৰা হৈছে।

লগতে পঢ়ক – নেপালৰ ৰাষ্ট্ৰপতি পুডেলক কাঠমাণ্ডুৰ পৰা দিল্লীৰ এইমছলৈ স্থানান্তৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply