নিউজ ডেস্ক: অসমৰ বাবে এক সু-খবৰ । অসমৰ অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক কেনি বসুমতাৰীক শেহতায়াকৈ দেখিবলৈ পোৱা যাব সকলোৰে প্ৰত্যাশিত ছবি ‘জাৱান’ত । অসমীয়া হাস্যব্যংগ ছবি ‘লোকেল কুংফু’ৰ জৰিয়তে বিশেষ জনপ্ৰিয়তা লাভ কৰা অসমৰ জনপ্ৰিয় অভিনেতা কেনি বসুমতাৰী । এটলী কুমাৰৰ দ্বাৰা পৰিচালিত ‘জাৱান’ ছবিত অভিনয় কৰিছে শ্বাহৰুখ খান, নয়ন্তৰা, দীপিকা পাডুকন আৰু বিজয় থেলাপত্তিৰ […]
Category: কলা-সংস্কৃতি/মনোৰঞ্জন
Posted inNews