কন্যা সন্তানৰ মাতৃ হ'ল অভিনেত্ৰী অমৃতা

গুৱাহাটী– মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে। এটি কন্যা সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী অমৃতা । ছ’চিয়েল মিডিয়াত অমৃতাই সন্তানটিৰ ফটো ষ্টেটাচত দিয়াৰ পিছতেই ভাইৰেল হৈ যায় কণমানিজনীৰ ফটো।

বৰ্তমান মাতৃ- কন্যা দুয়ো ঠিকে আছে বুলি জানিব পৰা গৈছে। অনুৰাগীসকলে এই খবৰ লাভ কৰা পাছতেই শুভেচ্ছাবাণীৰে উপচাই পেলাইছে অমৃতাক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply