নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক ‘ধাৰোহৰ ভাৰত কী’ শীৰ্ষক দূৰদৰ্শনৰ দুটা খণ্ডৰ তথ্যচিত্ৰ চাবলৈ আহ্বান জনাইছে, যিখন আজি আৰু কালিলৈ অৰ্থাৎ ১৪ আৰু ১৫ এপ্ৰিলৰ নিশা ৮ বজাত ডিডি নেচনেলত সম্প্ৰচাৰিত হ’ব।

দূৰদৰ্শনৰ এটা টুইটৰ ৰিটুইট কৰি প্ৰধানমন্ত্ৰীয়ে কয়;

“আমাৰ ঐতিহ্য, আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি, যিসকলে আমাৰ স্বাধীনতা আৰু ইউনিফৰ্মত সেৱা আগবঢ়োৱা সকলৰ বীৰত্ব সুৰক্ষিত কৰিবলৈ সকলো ত্যাগ কৰিছিল। ১৪ আৰু ১৫ এপ্ৰিলৰ নিশা ৮ বজাত ডিডি নেচনেলত ভাৰত কিৰ #धरोहर এই দুটা খণ্ডৰ তথ্যচিত্ৰখন চাওক। “

লগতে পঢ়ক – প্ৰধানমন্ত্ৰীয়ে আজি উত্তৰ-পূবৰ প্ৰথমখন AIIMS মুকলি কৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply