নিউজ ডেস্কঃ বলিউডৰ জ্য়েষ্ঠ অভিনেতা বিক্ৰম গোখালেৰ দেহাৱসান।  পুনেৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। 

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। জানিব পৰা মতে, দেহৰ অংগ বিকল হৈ পৰাৰ ফলত তেঁওৰ মৃত্যু হয়।

অভিনেতা গোখালেয়ে বলিউডৰ বহু কেইখন হিন্দী ছবিত অভিনয় কৰিছিল। আজিৰ তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বলিউডৰ অভিনেতা-অভিনেত্ৰীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply