গুৱাহাটী : মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ। মহানগৰীৰ গণেশগুৰি বাছ ষ্টেণ্ডত উদ্ধাৰ হৈছে এটা মৃতদেহ। পুৰুষৰ মৃতদেহ উদ্ধাৰ।

শনিবাৰে মহানগৰীৰ গণেশগুৰি বাছ ষ্টেণ্ডত উদ্ধাৰ হৈছে এজন পুৰুষৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পিছতে গণেশগুৰিত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। মৃতদেহটো বৰ্তমানলৈকে চিনাক্ত হোৱা নাই।

লগতে পঢ়ক –   এচৰ-দুচৰ নহয় শিক্ষকে ছাত্ৰক সোধালে চৈধ্য চৰ

মৃতদেহ উদ্ধাৰৰ খবৰ পাই ঘটনাস্থলীত দিছপুৰ আৰক্ষী থানাৰ আৰক্ষী এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দিছপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,333 other subscribers

Leave a comment

Leave a Reply Cancel reply