নিউজ ডেস্ক: পুনৰ বৃদ্ধি পালে ডিজেলৰ মূল্য।
জনতা ওপৰত মাধমাৰ মাৰি চৰকাৰে ৫০ পইচাকৈ বৃদ্ধি কৰিলে ডিজেলৰ মূল্য।
মাজনিশাৰ পৰা বৃদ্ধি পালে ডিজেলৰ দাম।
পূৰ্বে ইয়াৰ ডিজেলৰ দাম আছিল প্ৰতি লিটাৰত ৮৮.৫৬ টকা।
আজিৰে পৰা প্ৰতি লিটাৰত ডিজেলৰ মূল্য বৃদ্ধি পাই ৮৯.০৭ টকা হ’ল গৈ।
লগতে পঢ়ক – সমকামী বিবাহক লৈ উচ্চতম ন্যায়ালয়ত চূড়ান্ত শুনানি প্ৰক্ৰিয়াৰ আৰম্ভ