বৰপেটা : বৰপেটা ৰোড আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বৰপেটা ৰোড আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰবৰাহকাৰী। বৰপেটা ৰোডত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিলে বৰপেটা ৰোড আৰক্ষীয়ে।

ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। এইবাৰ বৰপেটা ৰোড আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰে। এজন ড্ৰাগছ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে বৰপেটা ৰোড আৰক্ষীয়ে।

লগতে পঢ়ক –  মাছ মৰাক কেন্দ্ৰ কৰি কাজিয়া : এজনৰ মৃত্যু

বৰপেটা ৰোডত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ছানিদুল মণ্ডল নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰীজনে দীর্ঘদিন ধৰি বৰপেটা ৰোডত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply