Posted inঅসম

প্ৰতিজন চৰকাৰী শিক্ষকে গুণোৎসৱত সহায়-সহযোগ কৰিব লাগিব

গুৱাহাটী: গুণোৎসৱ বৰ্জনৰ হুংকাৰ দিয়া শিক্ষক সমাজক ব্লেকমেইলিঙৰ আশ্ৰয় নল’বলৈ সকীয়নি দিছে শিক্ষা মন্ত্ৰী ৰণোজ পেগুই৷ সোমবাৰে শিক্ষা মন্ত্ৰীয়ে কয় যে অহা বৰ্ষৰ আৰম্ভণিতে ৰাজ্যত গুণোৎসৱ অনুষ্ঠিত হ’ব আৰু প্ৰতিজন চৰকাৰী শিক্ষকে গুণোৎসৱত সহায়-সহযোগ কৰিব লাগিব৷ উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলৰ মূল ৩টা দাবী ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ নহ’লে আগন্তুক গুণোৎসৱ বৰ্জনৰ হুংকাৰ দিছিল অসম […]