Posted inউত্তৰ-পূৱ

৫ কোটি বিদ্যালয়লৈ নোযোৱা শিশুক সামৰি আৰম্ভ হব: New India Literacy Programme

শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে আজি ৰাজ্যসভাত লিখিত উত্তৰত কয় যে, চৰকাৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা ২০২৬-২৭ চনলৈকে পাঁচ বছৰৰ ভিতৰত ৰূপায়ণৰ বাবে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত নতুন আঁচনি অৰ্থাৎ, “নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী” (NILP) আৰম্ভ কৰিছে। আৰু ইয়াৰ ভিতৰত কেন্দ্ৰীয় অংশীদাৰিত্ব ১০৩৭.৯০ কোটি টকাৰ আৰ্থিক ব্যয় হৈছে আৰু ৰাজ্যিক অংশীদাৰিত্ব ৩৩৭.৯০ কোটি টকা ব্যয় […]