বিহু পাঠ্যপুথিত থাকিব যদিও ইয়াৰ পৰীক্ষকৰ ক্ষেত্ৰত নতুন কেতবোৰ যোগ্যতাৰ কথা প্ৰকাশ কৰিছে শিক্ষা সংসদে। ইয়াকে লৈ উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। এই নতুন নিৰ্দেশনা অনুসৰি
বিহু পাঠ্যক্ৰমৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে পৰীক্ষকৰ বিশেষ যোগ্যতা থকাৰ কথা কোৱা হৈছে। পৰীক্ষক গৰাকী


স্নাতকোত্তৰ হ’ব লাগিব, যিকোনো বিষয়ত। ইয়াৰ লগতে বিহুৰ থিয়ৰী আৰু ব্যৱহাৰিক দিশত জ্ঞান থাকিব লাগিব। পৰীক্ষক গৰাকী
যিকোনো চৰকাৰী বা প্ৰাদেশিককৰণ উচ্চ-উচ্চতৰ মাধ্যমিক, বিদ্যালয় বা মহাবিদ্যালয়ৰ শিক্ষক হ’ব লাগিব বুলি শিক্ষা সংসদে নতুন নিৰ্দেশনাত প্ৰকাশ কৰিছে।

লগতে পঢ়ক- ক্ৰীড়াৰ ৰাজধানী কৰিব খোজা গুৱাহাটীত ফুটবল ফিল্ড বিচাৰি খেলুৱৈৰ ৰাজপথত প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply