কটনৰ পিছত এইবাৰ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক হিংসা।
কলেজৰ নিৰ্বাচনক লৈ ৩ গৰাকী ছাত্ৰক দলবদ্ধ আক্ৰমণৰ অভিযোগ।
২২ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ অনুস্থিত হব মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন।
ঘটনা সন্দৰ্ভত ভৰলু থানাত এজাহাৰ দাখিল ভুক্তভোগী ছাত্ৰৰ।
এজাহাৰত উল্লেখ ১০ জন লোকৰ নাম।
ভুক্তভোগী ছাত্ৰকেইজনৰ মতে কলেজ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল তেওঁলোকে।
যাক লৈ আন একাংশই কৰিছিল বিৰোধিতা।
প্ৰথমে তেওঁলোকক ধমকি দিয়াৰো অভিযোগ ছাত্ৰকেইছনৰ।

লগতে পঢ়ক- নিজৰ পৰিচয় সলনি কৰি ভেজাল মৌজোল ব্যৱসায়ত নামিল দম্পতী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply