নিউজ ডেস্ক- অহা ২২জুলাইত নগাঁও জিলাৰ কামপুৰ সমবায় সমিতিৰ কাৰ্যকৰী কমিটিখনৰ কাৰ্যকাল অন্ত পৰিব। নতুন সমিতি গঠনৰ বাবে বৃহস্পতিবাৰে সদস্য সকলৰ পৰা মনোনয়ন পত্ৰ গ্ৰহণ কৰে।

উক্ত কমিটিখনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা সকল ক্ৰমে- বিজেপি দলৰ পৰা গুণেন্দ্ৰ নাথ,জগৎ বৰা, পুষ্পেন্দ্ৰ ডেকা, বীৰেণ লস্কৰ, মুণ পাঠক, বিবি হাজৰিকা, অনিল বৰা, দীপা বৰদলৈ।

অগপ দলৰ পৰা- কণক শইকীয়া,নিৰঞ্জন কলিতা, আলিমুদ্দিন আৰু কংগ্ৰেছ দলৰ পৰা যুগল বৰা, ধীৰেন নাথ, নানকুন পাটাইল, জুলি বৰা।

লগতে পঢ়কঃ তিনিমাহে পশু চিকিৎসা বিভাগৰ কৰ্মচাৰীয়ে লাভ কৰা নাই দৰমহা

উল্লেখ্য যে অহা ১৬ জুলাইত কামপুৰ স্বৰাজ ভৱনত কামপুৰ সমবায় সমিতিৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰি সভাপতি নিৰ্বাচন কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply