গুৱাহাটী : মহানগৰী গুৱাহাটীত ভয়ংকৰ অগ্নিকাণ্ড। মহানগৰী গুৱাহাটীৰ বশিষ্ঠত এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত মিঠাইৰ কাৰখানাৰ লগতে এটা বাসগৃহ।
গুৱাহাটীৰ বশিষ্ঠত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বশিষ্ঠৰ লতাকটাত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডত এটা মিঠাইৰ কাৰখানা সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
লগতে পঢ়ক – Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
অগ্নিকাণ্ডত আন এটা বাসগৃহও জুইত জাহ যায় বুলি জানিব পৰা গৈছে। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছৰ। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী জুই নিৰ্বাপন কৰে।