কাজিৰঙা : এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হৈছে ৪ জনকৈ ছাত্ৰ। কাজিৰঙাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনা।

কলিয়াবৰত কাজিৰঙাৰ অন্তৰ্গত কাঞ্চনজুৰিত এক ভয়ংকৰ পথ দুর্ঘটনাত ৪ জনকৈ ছাত্ৰ থিতাতে নিহত হৈছে। কাজিৰঙাৰ কাঞ্চনজুৰিৰ ভিউ পইন্টত নিয়ন্ত্ৰণ হেৰুৱাই এখন হু’ণ্ডাই অ’ৰা বাহন দ খাৱৈক সুমাই পৰে।

লগতে পঢ়ক –  চকুৰ পলকতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল দুমহলীয়া অট্টালিকা

এএছ-০3-এই-৮০০৩ নম্বৰৰ হু’ণ্ডাই অ’ৰা বাহনখন যোৰহাটৰ পৰা আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈক সুমাই পৰে। ফলত থিতাতে নিহত হয় ৰোহিত দাস, ঋষভ দাস, ৰাহুল সেনাপতি আৰু শচীন বৰদলৈ নামৰ ৪ জনকৈ ছাত্ৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,478 other subscribers

Leave a comment

Leave a Reply Cancel reply