নিউজ ডেস্ক: আজি পুনৰ উৰিষ্যাত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। উৰিষ্যাৰ জাজপুৰ ৰোড ৰে’ল ষ্টেচনত মালবাহী ৰে’ল লাইনচ্যুত হৈ বাগৰি পৰে।

দুৰ্ঘটনাটোত বৰ্তনানলৈ ৪জন লোক নিহত হৈছে আনহাতে ২জন লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ পিছত উৰিষ্যাত এইটো তৃতীয়টো ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply