নিউজ ডেস্ক: অসমৰ কাৰ্বি আংলং জিলাত মঙলবাৰে ৬ কোটিৰো অধিক মূল্যৰ হেৰ’ইন জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ দলে নাগালেণ্ড সীমান্তৰ খটখটি থানা অন্তগৰ্ত অঞ্চলৰ জনকপুখুৰীত অভিযান আৰম্ভ কৰে, আৰু এখন বাহন আটক কৰে।

গাড়ীখনৰ পৰা নিৰাপত্তাৰক্ষীয়ে ৮৫টা চাবোনৰ বাকচত লুকুৱাই ৰখা ১.৪১ কেজি হেৰ’ইন জব্দ কৰে। লগতে গ্ৰেচি ৰোৱা আৰু জৈন প্ৰসাদ নামৰ দুজন লোকক আটক কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply