পুৱা ১২.০০ বজাত: এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৭১৩৯ জন, বাংলা বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১২৭৫ জন, বড়ো বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ২১২৯ জন, গাৰো বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৪৪ জন, হিন্দী বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১৩৯৬, হেমাৰ বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৯৭ জন, খাচী বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১ জন, মণিপুৰী বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৩২২ জন, মিজো বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১২ জন, নেপালী বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৮৮ জন, উৰ্দো বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১ জন, ইংৰাজী(IL)বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১০০০জন, অসমীয়া(IL) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৮ জন, হিন্দী(IL) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৭৭০ জন, এডভাঞ্চ মেটচ বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৭৪৫৯ জন, অসমীয়া(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ২০০ জন, মণিপুৰী(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১ জন, হিন্দী(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৪৯৮১ জন, চাওতালী (E)বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৯ জন, নেপালী (E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১৯ জন, সংস্কৃত (E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১৩৭৯ জন, আৰবীক(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৪৫৮৫ জন, পাৰ্চী(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১২২০ জন, বুৰঞ্জী (E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ২৬৩ জন, ভুগোল (E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৩২২৬ জন, কম্পিউটাৰ বিজ্ঞান (E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৫০৯৮ জন, নৃত্য (E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৫৩ জন, ফাইন আৰ্ট(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৩০০ জন, হোম চাইঞ্চ (E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১৯ জন, মিউজিক (E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৮৫৫ জন, গাৰ্মেন্ট ডিজাইন(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১৫৭০ জন, উড কাৰ্ফট (E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৯০৩ জন, ৰিটেইল ট্ৰেড NSQF(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ২১৬৪, আইটি NSQF(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ২৫৯০ জন, প্ৰাইভেট চিকিউৰিটীNSQF(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১০৬৮ জন, হেলথ কেয়াৰNSQF(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৯০০ জন, কৃষি আৰু উদ্যান NSQF(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ১২৩৭ জন, পৰ্যটন আৰু আতিথ্য NSQF (E)বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৫১৮ জন, বাণিজ্য(E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৪১১ জন, সৌন্দৰ্য্য আৰু সুস্থতা NSQF (E) বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৫৩১ জন, কাৰ্বি বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৯৬ জন, অটোমোটিভ NSQF (E)বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ২০০ জন, ইলেক্ট্ৰনিক্স আৰু হাৰ্ডৱেৰ NSQF (E)বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৬৭৬ জন, পশু স্বাস্থ্য কৰ্মী NSQF (E)বিষয়ত মুঠ লেটাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰী সংখ্যা ৩৮২ জন ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে ।

পুৱা ১১.৩০ বজাত:
চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষ স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ তালিকাত শীৰ্ষত আছে নলবাৰী জিলা। জিলাখনৰ পৰা মুঠ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম ১০ টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
আনন্দ বিদ্যা নিকেতনৰ দুই ছাত্ৰী লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মাই ৫৯৩ নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰোপৰি লিটিল ফ্লাৱাৰ স্কুলৰ ৰশ্মিতা মহন্তই ষষ্ঠ, ৰাজদ্বীপ কলিতাই লুইত একাডেমী হাইস্কুলৰ পৰা অষ্টম, বিপাশা শৰ্মাই আসাম একাডেমীৰ পৰা নৱম, লিটিল ফ্লাৱাৰ স্কুলৰ পৰা ঋষিকেশ কলিতাই নৱম, প্ৰজ্ঞান শৰ্মাই বিবেকানন্দ বিদ্যা নিকেতনৰ পৰা দশম স্থান লাভ কৰিছে।
পুৱা ১১.২০ বজাত:
২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ মুঠ ১৯৪০৬৩জন ছাত্ৰই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১৯০৭৬৫জন ছাত্ৰ উত্তীৰ্ণ হৈছে। প্ৰথম স্থানত উত্তীৰ্ণ হোৱা ছাত্ৰৰ সংখ্যা ৪৬৪৩১ জন, দ্বিতীয় স্থানত উত্তীৰ্ণ হোৱা ছাত্ৰৰ সংখ্যা ৭১০৬০ জন আৰু তৃতীয় স্থানত উত্তীৰ্ণ হোৱা ছাত্ৰৰ সংখ্যা ২৫০৩৩জন। সৰ্বমুঠ উত্তীৰ্ণ হোৱা ছাত্ৰৰ সংখ্যা হৈছে ১৪২৫২৪ জন। অৰ্থাৎ উত্তীৰ্ণ হোৱা হাৰ হৈছে ৭৪.৭১শতাংশ।
২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ মুঠ ২২৮১৪০গৰাকী ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ২২৪৫৫৯ গৰাকী ছাত্ৰী উত্তীৰ্ণ হৈছে। প্ৰথম স্থানত উত্তীৰ্ণ হোৱা ছাত্ৰীৰ সংখ্যা ৪৮৪৮২ গৰাকী, দ্বিতীয় স্থানত উত্তীৰ্ণ হোৱা ছাত্ৰীৰ সংখ্যা ৭৭৫১৩ গৰাকী আৰু তৃতীয় স্থানত উত্তীৰ্ণ হোৱা ৩৩৩৬১গৰাকী। সৰ্বমুঠ উত্তীৰ্ণ হোৱা ছাত্ৰীৰ সংখ্যা হৈছে ১৫৯৩৫৬গৰাকী। অৰ্থাৎ উত্তীৰ্ণ হোৱা হাৰ হৈছে ৭০.৯৬ শতাংশ।
পুৱা ১১.১৫ বজাত:
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তৃতীয় লিংগৰ পৰীক্ষাৰ্থীৰ সাফল্য।
ছেবাই প্ৰকাশ কৰা তথ্য অনুসৰি মুঠ ২৭১৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয় ডিষ্টিংছন বা ষ্টাৰ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হৈছে। তাৰ ভিতৰত এগৰাকী তৃতীয় লিংগৰ শিক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক লাভ কৰা তথ্যও ছেবাই প্ৰকাশ কৰা তালিকাত উল্লেখ কৰিছে।
পুৱা ১০.৫৫ বজাতঃ
প্ৰথম স্থান প্ৰাপ্ত ঢেকীয়াজুলীৰ হৃদম ঠাকুৰীয়া। সৰ্বমুঠ ৫৯৬ নম্বৰসহ শংকৰদেৱ শিশু নিকেতন ঢেকীয়াজুলিৰ পৰা হৃদম ঠাকুৰীয়াই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

পুৱা ১০.৫০ বজাতঃ

পুৱা ১০.৪৮ বজাতঃ জিলা ভিত্তিত তৃতীয় স্থান লাভ কৰিছে – বাক্সা। মুঠ উত্তীৰ্ণ পৰীক্ষাৰ্থী সংখ্যা ১১,১৬০ গৰাকী। উত্তীৰ্ণ শতাংশ ৮৪.১৯।
পুৱা ১০.৪৭ বজাতঃ জিলা ভিত্তিত দ্বিতীয় স্থান লাভ কৰিছে – বঙাইগাঁও জিলা। মুঠ উত্তীৰ্ণ পৰীক্ষাৰ্থী সংখ্যা ৭৫৩২ গৰাকী। উত্তীৰ্ণ শতাংশ ৮১.৬৯।
পুৱা ১০.৪৫ বজাতঃ ৰাজ্যৰ জিলা ভিত্তিক বৰপেটা জিলাই লাভ কৰিছে প্ৰথম স্থান। জিলাখনত ১৯,৭৬৮ জন পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে। জিলাখনত উত্তীৰ্ণ শতাংশ ৭৩.২৩ শতাংশ।
পুৱা ১০.৩৫ বজাতঃ মুঠ ১৮,৬৫৩ জন পৰীক্ষাৰ্থীয়ে ষ্টাৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৯১৩৭ জন ছাত্ৰ পৰীক্ষাৰ্থী আৰু ৯৫১৫ গৰাকী ছাত্ৰী শিক্ষাৰ্থীয়ে লাভ কৰিছে ষ্টাৰ মাৰ্কচ। ইয়াৰ লগতে, এগৰাকী ট্ৰেন্সজেণ্ডাৰে লাভ কৰিছে ষ্টাৰ মাৰ্কচ।
পুৱা ১০.৩০ বজাতঃ এইবাৰ মুঠ ৮৫১৭ জন শিক্ষাৰ্থীয়ে ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৪৪৭৫ ছাত্ৰ পৰীক্ষাৰ্থী আৰু ৪০৪২ ছাত্ৰী পৰীক্ষাৰ্থী লাভ কৰিছে ডিষ্টিংচন।
পুৱা ১০.১৫ বজাতঃ



পুৱা ১০ বজাতঃ ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।
প্ৰথম স্থান লাভ – ঢেকীয়াজুলীৰ হৃদম ঠাকুৰীয়া। শংকৰদেৱ শিশু নিকেতন, ঢেকীয়াজুলি। মুঠ নম্বৰ – ৫৯৬
দ্বিতীয় স্থান – ইছৰত ফাৰিহা, নগাঁও চৰকাৰী গভৰ্ণমেণ্ট বয়জ এইছ এছ স্কুল।
লাকী দেৱী চৌধুৰী, নলবাৰী, আনন্দ বিদ্যা নিকেতন।
মনমিতা শৰ্মা, নলবাৰী, আনন্দ বিদ্যা নিকেতন।
আদিত্য অনুপম কোঁৱৰ, ছেইণ্ট যওছেফ স্কুল, সোণাৰি।
আটাই কেইগৰাকীয়ে লাভ কৰিছে ৫৯৩ নম্বৰ।
তৃতীয় স্থান – নিলোফেৰ ৰহমান, Dumunichowki ইংৰাজী স্কুল, দৰং।
অনিন্দিতা বৰা, আদৰ্শ বিদ্যাপীঠ, ভলাগুৰী, গোলাঘাট।
মৃগাংক ভট্টাচাৰ্য, শংকৰদেৱ শিশু নিকেতন, বাৰাহঘাট, নলবাৰী।
চতুৰ্থ স্থান-
জুবাইৰ ইছলাম, চেইণ্ট টেৰেছাৰ ইং মেডিয়াম স্কুল, বৰপেটা।
ঋতুপণ দাস, বাঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন, বৰপেটা।
চিনাম জয়ফাবি চানু, হলি ক্ৰছ স্কুল, কাছাৰ।
দেবাংগনা ডেকা, লিট’ল ফ্লাৱাৰ হায়াৰ চেকেণ্ডেৰী স্কুল, ডিব্ৰুগড়।
স্বাতী কিৰণ গগৈ, চেইণ্ট জেভিয়াৰ স্কুল, ডিব্ৰুগড়।
ৰাজীৱ পল, সোণাপুৰ পুখুৰীয়া হাইস্কুল, লখিমপুৰ।
অদিতি ভূঞা, চেইণ্ট মেৰীজ এইচ. স্কুল কামৰূপ (ম)।
পঞ্চম স্থান-
কিন্নৰী দত্ত, চেইন্ট মেৰীজ হাইস্কুল,লখিমপুৰ।
সুস্মিতা পোদ্দাৰ, খ্ৰীষ্টজ্যোতি বিদ্যালয়,নগাঁও।
নীলোৎপল মণ্ডল, শংকৰদেৱ শিশু নিকেতন, নগাঁও।
উপকুল পৰাশৰ, জাতীয় বিদ্যালয়, কামৰূপ (ম)।
অনন্ত জৈন, হেপ্পী চাইল্ড হাইস্কুল, কামৰূপ (ম)।
ষষ্ঠ স্থান-
নিকুঞ্জ হাজৰিকা, আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, বৰপেটা।
অক্ষয় কায়াল, ডন বস্ক’ হায়াৰ চেকেণ্ডেৰী স্কুল, ডিব্ৰুগড়।
সন্দিতা দাস, শংকৰদেৱ শিশু নিকেতন, কামৰূপ (গ্ৰা)।
ঋষ্মিতা মহন্ত, লিটিল ফ্লাৱাৰ্ছ স্কুল, নলবাৰী।
সঞ্জনা কৌৰ, চেইন্ট মেৰীজ হায়াৰ চেকেণ্ডেৰী স্কুল, কামৰূপ (ম)।
অন্তৰা মোবাছিৰা হক, অসম জাতীয় বিদ্যালয়,কামৰূপ (ম)।
সপ্তম স্থান-
প্লাবিতা দাস, শংকৰদেৱ শিশু নিকেতন, বৰপেটা।
পীযুষ নাথ, শংকৰদেৱ শিশু নিকেতন, বৰপেটা।
প্ৰতীক্ষা প্ৰিয়ম মহন্ত, ডন বস্কো হাইস্কুল,গোলাঘাট।
সুদৰ্শন ভূঞা, টীয়ক জাতীয় বিদ্যালয়,যোৰহাট।
নাছিৰুজ্জামান ফাৰুকী, আল আমিন ইছলামিক মডেল স্কুল, কামৰূপ (গ্ৰা)।
নিশান্ত বৰা, ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুল, নগাঁও।
জোনাক কাশ্যপ, ডুমডুমা উচ্চতৰ মাধ্যমিক বিদ্যাপীঠ , শোণিতপুৰ।
অষ্টম স্থান-
নিশান্ত লহকৰ, আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল ,বৰপেটা।
ইপশ্ৰী ঘোষ, মাৰিয়ান হাইস্কুল ,বৰপেটা।
ফাৰহান আছিফ আৰবীয়, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়, ধুবুৰী।
চাহিল ছিদ্দিক, জে.এন. মেম’ৰিয়েল হায়াৰ চেকেণ্ডেৰী স্কুল ,গোৱালপাৰা।
অৰ্ণৱ জ্যোতি দাস, শংকৰদেৱ বিদ্যা নিকেতন, কামৰূপ (গ্ৰা)।
কুলদীপ হাজৰিকা, ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, লখিমপুৰ।
ৰাজদ্বীপ কলিতা, লুইত একাডেমী হাইস্কুল, নলবাৰী।
সাৰাংগনা ভূঞা, গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় , বিশ্বনাথ।
পাৰ্থ প্ৰতিম ভূঞা, মৰ্নিং ষ্টাৰ হাইস্কুল বিশ্বনাথ।
জিষ্ণু বৰগোহাঁই, সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়, চৰাইদেউ।
নৱম স্থান-
ৰীতাজা দেৱ, শিলচৰ কলেজিয়েট স্কুল ,কাছাৰ।
দীক্ষিতা ভট্টাচাৰ্য, হলি ক্ৰছ হাইস্কুল, কাছাৰ।
নাছাদ ফাৰহা, দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়,দৰং।
বনশ্ৰী গগৈ, লিটুল ফ্লাৱাৰ হায়াৰ চেকেণ্ডেৰী স্কুল,ডিব্ৰুগড়।
সুকন্যা দাস, ৰ’লেণ্ডছ মেম’ৰিয়েল হাইস্কুল , কৰিমগঞ্জ।
পলক জাজু, ব্ৰুকফিল্ড স্কুল , লখিমপুৰ।
অংকিতা শইকীয়া , চেইণ্ট মেৰীজ হাইস্কুল, লখিমপুৰ।
বিপাশা শৰ্মা, অসম একাডেমী, নলবাৰী।
হৃষিকেছ কলিতা, লিটল ফ্লাৱাৰ্ছ স্কুল, নলবাৰী।
অনিন্দিতা শইকীয়া, হলী নেইম স্কুল, শিৱসাগৰ।
দশম স্থান-
ৰজত ঘোষ, খ্ৰীষ্ট কিং হাইস্কুল, ধেমাজী।
প্ৰিনিষ্ঠা বৰা, কৃষ্ট জ্যোতি হাইস্কুল, গোলাঘাট।
বিপাঞ্চী ডেকা, পিয়নীয়াৰ একাডেমী, কামৰূপ (গ্ৰা)।
প্ৰজ্ঞান শৰ্মা, বিবেকানন্দ বিদ্যা নিকেতন, নলবাৰী।
অচ্যুত বৰুৱা, বিদ্যাভৱন, শিৱসাগৰ।
নীলভ পাঠক, অসম জাতীয় বিদ্যালয়, কামৰূপ (ম)।
ঋতুৰাজ বৰকটকী, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়,চৰাইদেউ।
পুৱা ৮ বজাতঃ আজি ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল ।
তলৰ ৱেবচাইট কেইটাৰ জৰিয়তে পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল-
sebaonline.org
resultsassam.mic.in
indiaresults.com
results.shiksha
assam.shiksha
exametc.com
schools9.com
assamresult.in
jagranjosh.com
vidyavision.com