নিউজ ডেস্কঃ আজি ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল।

দিনৰ ১০ বজাত ছেবাই ঘোষণা কৰিব ফলাফল।

কিছুসময়ৰ পূৰ্বে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিছে।

১০ টা ৱেবছাইত উপলব্ধ হ’ব মেট্ৰিক পৰীক্ষাৰ্থীৰ সকলৰ ফলাফল।

তলৰ ৱেবচাইট কেইটাৰ জৰিয়তে পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল-

sebaonline.org
resultsassam.mic.in
indiaresults.com
results.shiksha
assam.shiksha
exametc.com
schools9.com
assamresult.in
jagranjosh.com
vidyavision.com

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply