নিউজ ডেস্ক- আজি পুৱা কৰ্ণাটকত বায়ুসেনাৰ এখন বিমান দুর্ঘটনাগ্রস্ত হয়।

জানিব পৰা মতে, চামৰাজনগৰৰ এখন পথাৰত ভাৰতীয় বায়ু সেনাৰ এখন যুঁজাৰু বিমান দুর্ঘটনাগ্রস্ত হয়। বিমানখনত থকা দুগৰাকী পাইলটে পেৰাচুটৰ সৈতে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰা হৈছে যদিও কি কাৰণত এই দুর্ঘটনা হ’ল সেয়া জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply