গুৱাহাটী আই আই টিৰ অধ্যাপকৰ আত্মহনন

গুৱাহাটী আই আই টিত পুনৰ আত্মহননৰ ঘটনা পোহৰলৈ আহিছে।
গুৱাহাটী আই আই টিৰ গণিত বিভাগৰ অধ্যাপক সমীৰ কামালৰ আত্মহনন।
নিজৰ কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ।
অধ্যাপক কামালৰ ঘৰ দিল্লীত বুলি জানিব পৰা গৈছে।
কি কাৰণত অধ্যাপকজনে আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি দণ্ডাধীশৰ উপস্থিতিত প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষালৈ।
ইয়াৰ কিছুদিনৰ পূৰ্বেও দুজনকৈ ছাত্ৰই আত্মহনন কৰিছিল গুৱাহাটী আই আই টিত।
সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আব্যাহত ৰাখিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply