১০ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত ক্ৰিকেট মেচ

ক্ৰিকেটপ্ৰেমী ৰাইজৰ বাবে সুখৱৰ।

নৱবৰ্ষতেই অসমবাসী ৰাইজে উপভোগ কৰিবলৈ পাব প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচ।

১০ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত এদিনীয়া ক্ৰিকেট মেচ।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচখন।

BCCIয়ে অসম ক্ৰিকেট সন্থাক ভাৰত-শ্ৰীলংকা শৃংখলাৰ প্ৰথমখন এদিনীয়া ক্ৰিকেট মেচ আয়োজনৰ দায়িত্ব অৰ্পণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply