নিউজ ডেস্ক: ২০২২ চনত দেশত ৰিলায়েন্স জিঅ’ই ৫জি সেৱা মুকলি কৰিছিল। ৫জি সেৱা মুকলিৰ লগে লগে জিঅ’ই বজাৰত কেইবাটাও বুষ্টাৰ প্লেন মুকলি কৰে। ইয়াৰ ভিতৰত ৬১ টকীয়া প্লেন অন্যতম।

প্ৰথমাৱস্থাত ৬১ টকীয়া বুষ্টাৰ প্লেনত ৬ জিবি ডাটা উপলব্ধ আছিল। তাৰ পিছত এই প্লেনত জিঅ’ই ১০ জিবি ডাটা আগবঢ়ালে। কিন্তু শেহতীয়াকৈ পুনৰ ৬১ টকাৰ বুষ্টাৰ প্লেনত জিঅ’ই ৬ জিবি ডাটা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।

উল্লেখ্য যে, বৰ্তমানলৈ ডাটাৰ পৰিমাণ হ্ৰাস কৰাৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই ৬১ টকীয়া প্লেন জিঅ’ৰ এড অন টপ আপ ৰিচাৰ্জ। ই প্ৰিপেইড কম্বো প্লেনৰ অধীনত নপৰে। ইয়াৰ নিজস্ব কোনো বৈধতা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply