Posted inচাকৰি

শিলচৰ NIT-ত গৱেষণা সহযোগীৰ পদ সৃষ্টি

শিলচৰৰ National Institute of Technology (NIT)-ত সৃষ্টি হোৱা গৱেষণা সহযোগী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে প্ৰতিষ্ঠানটোৱে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগত MEITY-এ স্পনছৰ কৰা “ISHAAN: A system for Bidirectional Machine Translation between 1) English and Assamese, Bodo, Manipuri, Nepali 2) Manipuri and Hindi 3) Assamese and Bodo” […]