প্ৰথম ট্ৰেন্সজেণ্ডাৰ অধিবক্তা হিচাপে কেৰেলাৰ পদ্ম লক্ষ্মীক নিযুক্তি দিয়া হয়। পদ্ম লক্ষ্মীয়ে আছিল কেৰালাৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰ অধিবক্তা। তেওঁ এৰ্নাকুলাম চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তথ্য অনুসৰি, পদ্ম লক্ষ্মী ১৫০০ তকৈও অধিক আইন স্নাতকৰ ভিতৰত এগৰাকী আছিল। তেওঁক যোৱা দেওবাৰে কেৰেলা বাৰ কাউন্সিলে বাৰ নামভৰ্তি প্ৰমাণপত্ৰ প্ৰদান কৰিছিল। আনহাতে, অনুষ্ঠানটোত কেৰেলাৰ উদ্যোগ […]
Category: চাকৰি
Posted inচাকৰি
জল জীৱন মিছনত ওলাইছে চাকৰি
Posted inচাকৰি