সেনা বাহিনীৰ চিকিৎসা সেৱা (Armed Forces Medical Services)-ত খালী হৈ থকা বহু কেইটা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে। আৱেদনৰ অন্তিম তাৰিখ ১৮ ছেপ্টেম্বৰ।

পদৰ নাম – Short Service Commission Medical Officer

পদৰ সংখ্যা – ৪২০ টা, ইয়াৰে পুৰুষৰ বাবে থকা পদৰ সংখ্যা ৩৭৮ টা আৰু মহিলা প্ৰাৰ্থীৰ বাবে থকা পদৰ সংখ্যা ৪২ টা।

আৱেদনৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলৰ ২০১৯ চনৰ National Medical Council Act -ৰ অধীনত চিকিৎসা সেৱাৰ যোগ্যতা থাকিব লাগিব। ইয়াৰ উপৰি প্ৰাথীৰ যিকোনো ৰাজ্যিক মেডিকেন কাউন্সিল /NMC/MCI –ৰ দ্বাৰা স্থায়ী পঞ্জীয়ন থাকিব লাগিব।

এম বি বি এছ ডিগ্ৰীধাৰী প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়স ৩০ বছৰতকৈ কম আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীৰ বয়স ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব বুলি বিভাগীয় বিজ্ঞাপনত কোৱা হৈছে।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১৮ ছেপ্টেম্বৰৰ ভিতৰত ইয়াত ক্লিক কৰি আৱেদন কৰিব পাৰে।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – কৰিমগঞ্জত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগত ৩জনক গ্ৰেপ্তাৰ 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply