পূৰবী ডায়েৰীত খালী হোৱা বিভিন্ন পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে প্ৰতিষ্ঠানটোৱে আগ্ৰহী প্ৰাৰ্থীৰ পৰা বিভিন্ন কাৰ্যবাহী আৰু সহকাৰী পদত ঠিকাভিত্তিক নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

পদৰ নাম: Executive (Marketing & Sales)

পদৰ সংখ্যা: ২টা

শিক্ষাগত অৰ্হতা: যিকোনো বিভাগত স্নাতক ডিগ্ৰীৰ লগতে Marketing-ত স্নাতকোত্তৰ ডিগ্ৰী/ডিপ্লমা থকা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ হ’ব।

পদৰ নাম: Assistant I (Procurement & Input)

পদৰ সংখ্যা: ৮টা

শিক্ষাগত অৰ্হতা: স্নাতক ডিগ্ৰীধাৰী

পদৰ নাম: Assistant I (Marketing & Sales)

পদৰ সংখ্যা: ৩টা

শিক্ষাগত অৰ্হতা: স্নাতক ডিগ্ৰীধাৰী

পদৰ নাম: Executive (Procurement & Input)

পদৰ সংখ্যা: ৪টা

শিক্ষাগত অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা PGDM-Rural Management / PGD-Development Management / MBA (Rural Management) / MSW 

পদৰ নাম: Assistant II (Quality Assurance)

পদৰ সংখ্যা: ১টা

শিক্ষাগত অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Indian Dairy Diploma (Dairy Technology) / BSc (Chemistry) / MSc (Chemistry)

আটাইকেইটা পদতে walk-in-interview জৰিয়তে নিযুক্তি প্ৰদান কৰা হ’ব। আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৫ নৱেম্বৰৰ ভিতৰত তলৰ ঠিকনাত পোৱাকৈ সকলো যাৱতীয় প্ৰমাণ পত্ৰ আৰু নথি প্ৰেৰণ কৰিব লাগিব।

বিতং বিজ্ঞাপনৰ ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – ৮০০ কোটি অতিক্ৰম কৰিলে পৃথিৱীৰ জনসংখ্যাই, ৪৮ বছৰত দুগুণ বৃদ্ধি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply