ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰ্যায়লৰ অধীনৰ North Eastern Regional Agricultural Marketing Corporation Limited (NERAMAC)-ৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
পদৰ নাম: সহকাৰী মহাপ্ৰৱন্ধক (Finance & Accounts)
পদৰ সংখ্যা: ১টা
দৰমহা: অৰ্হতা আৰু পূৰ্বৰ দৰমহাৰ ওপৰত ভিত্তিত কৰি মাহে ৫৭,০০০ টকা পৰ্যন্ত। ইয়াৰ উপৰি ৩,০০,০০০ টকালৈকে Medical / Accident group insurance থাকিব।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা: যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা M.Com বা B.Com. + MBA in Finance বা B.Com. + CA বা B.Com. + ICWA উত্তীৰ্ণ হ’ব লাগিব।
ইয়াৰ উপৰি প্ৰাৰ্থীৰ প্ৰাসংগিক ক্ষেত্ৰত ন্যূনতম ১২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। Govt. / Semi-Govt. / PSU / Autonomous Body-ত কাম কৰাৰ অভিজ্ঞতা থকা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।
প্ৰাৰ্থীৰ বয়স ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব।
অহা ৩০ ছেপ্টেম্বৰত তলৰ ঠিকনাত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ৱাক-ইন-ইন্টাৰভিউ অনুষ্ঠিত হ’ব।
NERAMAC Ltd. , No.9, Rajabari Path Ganeshguri, Guwahati – 781005
আগ্ৰহী প্ৰাৰ্থীসকলে ২৯ ছেপ্টেম্বৰৰ ভিতৰত amhr@neramac.com –ত ইমেইল কৰি তেওঁলোকৰ চি ভি প্ৰেৰণ কৰিব পাৰে।
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – ৰাজ্যিক চিৰিয়াখানাৰ দুটা গঁড়ৰ পালন-পোষণৰ দায়িত্ব ল’লে ইণ্ডিয়ান অইলে