তেজপুৰ বিশ্ববিদ্যালয়ত Social Work and Mass Communication বিভাগত সৃষ্টি হোৱা অতিথি অধ্যাপকৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে। আৱেদনৰ অন্তিম তাৰিখ ২৪ নৱেম্বৰ।
পদৰ নাম: অতিথি অধ্যাপক
পদৰ সংখ্যা: ৩টা (Social Work: ১টা, Mass Communication: ২টা)
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা: (A বা B)
A. i) A Master’s degree with 55% marks (or an equivalent grade in a point-scale wherever the grading system is followed) in a concerned/relevant/allied subject (as given in the previous column) from an Indian University, or an equivalent degree from an accredited foreign university.
ii) Besides fulfilling the above qualifications, the candidate must have cleared the National Eligibility Test (NET) conducted by the UGC or the CSIR, or a similar test accredited by the UGC like SLET / SET or who are or have been awarded a Ph.D. degree in accordance with the University Grants Commission (Minimum Standards and Procedure for Award of M.Phil./Ph.D. Degree) Regulations, 2009 or 2016 and their amendments from time to time, as the case may, are exempted from NET/SET/SLET.
বা
B. The Ph.D. degree has been obtained from a foreign University / Institution with a ranking among top 500 in the World University Ranking (at any time) by any one of the following: (i) Quacquarelli Symonds (QS) (ii) the Times Higher Education (THE) or (iii) the Academic Ranking of World Universities (ARWU) of the Shanghai Jiao Tong University (Shanghai).
দৰমহা: প্ৰতি ক্লাছত ১,৫০০ টকা, মাহে সৰ্বাধিক ৫০,০০০ টকা।
তলত দিয়া তাৰিখ মতে অনলাইন সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব –
Social Work বিভাগত অতিথি অধ্যাপক পদত ২৯ নৱেম্বৰত পুৱা ১০.৩০ বজাত
Mass Communication বিভাগত অতিথি অধ্যাপক পদত ৩০ নৱেম্বৰত পুৱা ১০.৩০ বজাত
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৪ নৱেম্বৰৰ ভিতৰত Department of Social Work (hod_sw@tezu.ernet. in) আৰু Department of Mass Communication (hod_mcj@tezu.ernet. in)-ৰ Head of the Department-লৈ ইমেইল প্ৰেৰণ কৰিব লাগিব।
লগতে পঢ়ক – ফিফা বিশ্ব কাপ: আজিৰ পৰা কাটাৰত ফুটবলৰ মহাৰণ