ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ত সৃষ্টি হোৱা বিভিন্ন গৱেষণামূলক পদত নিযুক্তিৰ বাবে উত্তৰ-পূব আৰু উত্তৰ-পূবৰ চুবুৰীয়া ৰাজ্যৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

পদৰ নাম: Young Professional

পদৰ সংখ্যা: ৪৩টা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B.A/B.E/ B.Tech /B.Ed ডিগ্ৰীসহ কমেও চাৰি বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। অথবা (MBA/ Masters in Economics/ Psychology/ Sociology/ Operations Research/ Statistics/ Social Work/ Management/ Finance/ Commerce/ Computer Applications) ইয়াদিত স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে কমেও ২বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

দৰমহা: মাহে ৫০,০০০ টকা

প্ৰাৰ্থীৰ বয়স আৱেদন দাখিলৰ সময়ত ২৪ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব।

নিযুক্তিৰ স্থান:

অৰুণাচল প্ৰদেশ – আলো, বমডিলা, চামলাং, ইটানগৰ, ৰয়িং, জিৰো।

অসম – ডিফু, গোৱালপাৰা, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, তেজপুৰ।

মণিপুৰ – ইম্ফল

মেঘালয় – আমপাতি, নংটইন, তুৰা

মিজোৰাম – চামফাই, লুংলেই, আইজল

নাগালেণ্ড – কহিমা, মোকোকচুং, ফেক, ৱখা, ডিমাপুৰ

ছিকিম – গেংটক, জোৰেংঠাং, য়াংঠাং, ডেন্টাম বজাৰ

ত্ৰিপুৰা – আগৰতলা, উনাকটি

উড়িষ্যা – বালাংগিৰ, বালাছোৰ, বাড়িপাড়া, গাজাপতি, জগতসিংপুৰ, জয়পুৰ, কেন্দ্ৰপাড়া, কিয়নঝাৰ, নোয়াপাড়া, পুৰী পশ্চিমবংগ – এগ্ৰা, জলপাইগুড়ী, ৰাইগঞ্জ

আগ্ৰহী প্ৰাৰ্থীয়ে অহা ২৭ অক্টোবৰৰ পূৰ্বে বিভাগীয় ৱেবছাইট (https://www.ncs.gov.in/)-ৰ জৰিয়তে অনলাইন আৱেদন কৰিব পাৰে।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – আছু, আগছুৰ দখলত মাৰ্ঘেৰিটা কলেজ ছাত্ৰ একতা সভা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply