আই আই টি গুৱাহাটীত সৃষ্টি হোৱা প্ৰকল্প অভিযন্তাৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

এক বিজ্ঞাপন যোগে আই আই টি গুৱাহাটীয়ে এটা প্ৰকল্প অভিযন্তাৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। অৱশ্যে উক্ত পদ সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা BE / BTech in Mechanical / Electrical/ Electronics Engineering হ’ব লাগিব। দৰমহা মাহে ৫০,০০০ টকা।

প্ৰাৰ্থীৰ বয়স ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১৯ ছেপ্টেম্বৰত আৱেলি ৩ বজাত আই আই টি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া walk-in-interview –ত বহিব লাগিব। সাক্ষাৎকাৰৰ অহা সময়ত প্ৰাৰ্থীসকলে তেওঁলোকৰ চি ভিসহ যাৱতীয় নথি লগত আনিব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – মেঘালয়ত উন্মত্ত জনতাৰ আক্ৰমণত নিহত I Love You সহ চাৰি কয়দী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply