নিউজ ডেস্ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত সৃষ্টি হোৱা Teaching Associate-ৰ পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। অৱশ্যে এই পদ সম্পূৰ্ণৰূপে অস্থায়ী ভিত্তিত হ’ব বুলি জনোৱা হৈছে।

পদৰ নাম: Teaching Associate in Department of Philosophy

পদৰ সংখ্যা: এটা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা: দৰ্শন বিভাগত ভাৰতীয় দৰ্শন/ধৰ্মক বিশেষ বিষয় হিচাপে লৈ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব।

দৰমহা: মাহে ২৩,০০০ টকা

আগ্ৰহী প্ৰাৰ্থীয়ে অহা ১ নৱেম্বৰত দিনৰ ১১ বজাত Conference Hall, Secretary University Classes, Gauhati University Campus, Gauhati University-ত অনুষ্ঠিত হ’ব লগীয়া walk-in-interview-ত বহিব লাগিব।

অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে সাক্ষাৎকাৰৰ বাবে অহা সময়ত নিজৰ CV-ৰ লগতে যাৱতীয় সকলো নথি আৰু প্ৰমাণপত্ৰ আনিব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – তেওঁ সদায় আমাৰ হৃদয়ত থাকিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply