গেইল (ইণ্ডিয়া)-ত খালী হোৱা বিভিন্ন টেকনিকেল আৰু নন-টেকনিকেল পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
খালী হৈ থকা মুঠ পদৰ সংখ্যা – ২৮২টা।
পদৰ নাম: Jr. Engineer (Chemical)
পদৰ সংখ্যা: ২ টা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Chemical/Petrochemical/ Chemical Technology/ Petrochemical Technology –ত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে ৮ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
পদৰ নাম: Jr. Engineer (Mechanical)
পদৰ সংখ্যা: ২ টা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Mechanical /Production/ Production & industrial/ Manufacturing/ Mechanical & Automobile–ত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে ৮ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
পদৰ নাম: Foreman (Electrical)
সদৰ সংখ্যা: ১ টা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Electrical / Electrical & Electronics–ত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
পদৰ নাম: Foreman (Instrumentation)
পদৰ সংখ্যা: ১৪টা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Instrumentation/Instrumentation & Control/ Electronics & Instrumentation/ Electrical & Instrumentation/ Electronics/ Electrical & Electronics–ত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
পদৰ নাম: Foreman (Mechanical)
পদৰ সংখ্যা: ১টা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Mechanical/ Production/ Production & industrial/ Manufacturing/ Mechanical & Automobile –ত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
পদৰ নাম: Foreman (Civil)
পদৰ সংখ্যা: ১টা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা চিভিল ইঞ্জিনিয়াৰিঙত ন্যূনতম ৬০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
পদৰ নাম: Jr. Superintendent (Official Language)
পদৰ সংখ্যা: ৫টা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা হিন্দী সাহিত্যত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে ৩ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
পদৰ নাম: Jr. Superintendent (HR)
পদৰ সংখ্যা: ২০টা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে ন্যূনতম ৫৫ শতাংশ নম্বৰসহ Diploma in Personnel Management/ Industrial
Relations-ত ডিপ্লমা আৰু ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
পদৰ নাম: Jr. Chemist
পদৰ সংখ্যা: ৮টা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে ন্যূনতম ৫৫ শতাংশ নম্বৰসহ Diploma in Personnel Management/ Industrial
Relations-ত ডিপ্লমা আৰু ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
পদৰ নাম: Technical Assistant (Laboratory)
পদৰ সংখ্যা: ৩টা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে এবছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
পদৰ নাম: Operator (Chemical)
পদৰ সংখ্যা: ২৯টা
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু গণিতক বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে এবছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
পদৰ নাম: Technician (Electrical), পদৰ সংখ্যা: ৩৫টা।
পদৰ নাম: Technician (Instrumentation), পদৰ সংখ্যা: ১৬টা।
পদৰ নাম: Technician (Mechanical), পদৰ সংখ্যা: ৩৮টা।
পদৰ নাম: Technician (Telecom & Telemetry), পদৰ সংখ্যা: ১৪টা।
পদৰ নাম: Operator (Fire),পদৰ সংখ্যা: ২৩টা।
পদৰ নাম: Assistant (Store & Purchase), পদৰ সংখ্যা: ২৮টা।
পদৰ নাম: Accounts Assistant, পদৰ সংখ্যা: ২৪টা।
পদৰ নাম: Marketing Assistant, পদৰ সংখ্যা: ১৯টা।
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত গেইল ইণ্ডিয়াৰ বিভাগীয় ৱেবছাইট https://gailonline.com/ -ত গৈ অনলাইন আৱেদন কৰিব লাগিব।
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – ২১ আৰু ২৮ আগষ্টত ৰাজ্যত বন্ধ থাকিব মোবাইল ইন্টাৰনেট