গেইল (ইণ্ডিয়া)-ত খালী হোৱা বিভিন্ন টেকনিকেল আৰু নন-টেকনিকেল পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

খালী হৈ থকা মুঠ পদৰ সংখ্যা – ২৮২টা।

পদৰ নাম: Jr. Engineer (Chemical)

পদৰ সংখ্যা: ২ টা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Chemical/Petrochemical/ Chemical Technology/ Petrochemical Technology –ত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে ৮ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম: Jr. Engineer (Mechanical)

পদৰ সংখ্যা: ২ টা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Mechanical /Production/ Production & industrial/ Manufacturing/ Mechanical & Automobile–ত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে ৮ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম: Foreman (Electrical)

সদৰ সংখ্যা: ১ টা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Electrical / Electrical & Electronics–ত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম: Foreman (Instrumentation)

পদৰ সংখ্যা: ১৪টা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Instrumentation/Instrumentation & Control/ Electronics & Instrumentation/ Electrical & Instrumentation/ Electronics/ Electrical & Electronics–ত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম: Foreman (Mechanical)

পদৰ সংখ্যা: ১টা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Mechanical/ Production/ Production & industrial/ Manufacturing/ Mechanical & Automobile –ত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম: Foreman (Civil)

পদৰ সংখ্যা: ১টা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা চিভিল ইঞ্জিনিয়াৰিঙত ন্যূনতম ৬০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হোৱাৰ লগতে ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম: Jr. Superintendent (Official Language)

পদৰ সংখ্যা: ৫টা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা হিন্দী সাহিত্যত ন্যূনতম ৫৫ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে ৩ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম: Jr. Superintendent (HR)

পদৰ সংখ্যা: ২০টা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে ন্যূনতম ৫৫ শতাংশ নম্বৰসহ Diploma in Personnel Management/ Industrial
Relations-ত ডিপ্লমা আৰু ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম: Jr. Chemist

পদৰ সংখ্যা: ৮টা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে ন্যূনতম ৫৫ শতাংশ নম্বৰসহ Diploma in Personnel Management/ Industrial
Relations-ত ডিপ্লমা আৰু ২ বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম:  Technical Assistant (Laboratory)

পদৰ সংখ্যা: ৩টা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে এবছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম:  Operator (Chemical) 

পদৰ সংখ্যা: ২৯টা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু গণিতক বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে এবছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

পদৰ নাম:   Technician (Electrical), পদৰ সংখ্যা: ৩৫টা।

পদৰ নাম:  Technician (Instrumentation), পদৰ সংখ্যা: ১৬টা।

পদৰ নাম: Technician (Mechanical), পদৰ সংখ্যা: ৩৮টা।

পদৰ নাম: Technician (Telecom & Telemetry), পদৰ সংখ্যা: ১৪টা।

পদৰ নাম: Operator (Fire),পদৰ সংখ্যা: ২৩টা।

পদৰ নাম: Assistant (Store & Purchase), পদৰ সংখ্যা: ২৮টা।

পদৰ নাম: Accounts Assistant, পদৰ সংখ্যা: ২৪টা।

পদৰ নাম: Marketing Assistant, পদৰ সংখ্যা: ১৯টা।

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত গেইল ইণ্ডিয়াৰ বিভাগীয় ৱেবছাইট https://gailonline.com/ -ত গৈ অনলাইন আৱেদন কৰিব লাগিব।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক –  ২১ আৰু ২৮ আগষ্টত ৰাজ্যত বন্ধ থাকিব মোবাইল ইন্টাৰনেট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply