নিউজ ডেস্ক: আই আই টি গুৱাহাটীত Junior Research Fellow ৰ এটা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰি এক বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

উচ্চ শিক্ষা প্ৰতিষ্ঠানটোৰ কম্পিউটাৰ ছায়েন্স বিভাগত “Security Analysis of Compiler Optimization Techniques” শীৰ্ষক এক গৱেষণা প্ৰকল্পৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন কৰা হৈছে। আৱেনদৰ অন্তিম তাৰিখ ৯ এপ্ৰিল।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কম্পিউটাৰ ছায়েন্স বা তথ্য প্ৰযুক্তিত ME বা MTech ডিগ্ৰীধাৰী হ’ব লাগিব। আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ চি ভি আৰু শিক্ষাগত তথা আনসকলো প্ৰয়োজনীয় তথ্য তলৰ ঠিকনাত ইমেইল কৰি প্ৰেৰণ কৰিব লাগিব-

ckarfa@iitg.ac

দৰমহা – মাহিলি ৩৭,২১০ টকা। অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – IPL: দিল্লীৰ সন্মুখত মুম্বাই-য়ে বান্ধি দিলে ১৭৮ ৰানৰ লক্ষ্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply