নিউজ ডেস্ক: ৰাজ্যৰ বিভিন্ন আয়ুৰ্বেদিক আৰু হোমিওপেথিক মহাবিদ্যালয় আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ ডিৰেক্টৰেট অৱ আয়ুসত সৃষ্টি হোলা ৫৬ টা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
ইচ্ছুক প্ৰাৰ্থীসকলে অহা ১৮ ফেব্ৰুৱাৰীৰ পূৰ্বে অনলাইন যোগে আৱেদন কৰিব লাগিব।
পদ সমূহ হৈছে –
Office Supervising Assistant – ১ টা পদ, Computer Operator – ১ টা পদ, Typist cum Computer Operator – ১ টা পদ, Rasashala Assistant – ১ টা পদ, Plant Collector – ১ টা পদ, LDA – ৩ টা পদ, LDA Cum Typist – ১ টা পদ, LDA cum Store Keeper – ১ টা পদ, Store Clerk – ১ টা পদ, Accountant ১ টা পদ, Librarian – ১ টা পদ আৰু চতুৰ্থ বৰ্গৰ ৪৩ টা পদ।
প্ৰাৰ্থীসকলে আৱেদনৰ বাবে কোনো মাচুল দিব নালাগে।
আগ্ৰহী প্ৰাৰ্থীসকলে শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা তথা আন গুৰুত্বপূৰ্ণ তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – বিজেপিত যোগদান WWE-ৰ তাৰকা দ্যা গ্ৰে’ট খালীৰ